selvi-amma-coimbatores-biryani-master-as

Coimbatore, Tamil Nadu

Sep 17, 2024

চেলভি আম্মাৰ বিশাল ৰান্ধনীশালাই সকলোকে আদৰিছে

চেলভি আম্মাই ৰন্ধা বিৰিয়ানিৰ সোৱাদ সকলোৰে মুখে মুখে। কইম্ব’টৰৰ পুল্লুকাড়ু এলেকাৰ সকলোৰে প্ৰিয় এইগৰাকী ৰান্ধনীৰ লগত আছে প্ৰায় ১৫ গৰাকীৰো অধিক ৰূপান্তৰকামী কৰ্মচাৰী, সঁচা অৰ্থত সকলোকে আদৰি লৈছে এইখন ৰান্ধনীশালাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Poongodi Mathiarasu

পুংগুড়ি মাদিয়াৰাসু তামিলনাডুৰ এগৰাকী স্বতন্ত্ৰ লোকশিল্পী আৰু তেওঁ গ্ৰামীণ লোকশিল্পী আৰু এলজিবিটিকিউআইএ+ সম্প্ৰদায়ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে।

Author

Akshara Sanal

অক্ষৰা চানল চেন্নাইৰ এগৰাকী মুক্ত ফটো-সাংবাদিক আৰু মানুহৰ কাহিনী লিখি ভাল পায়।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।