pili-vesha-folk-art-dancing-to-the-beat-as

Udupi, Karnataka

Nov 20, 2023

পিলি ভেশা লোকনৃত্য: ছন্দে ছন্দে নাচ আৰু ক্ৰীড়া-কৌশল

এই বলিষ্ঠ লোকনৃত্য কৰ্ণাটকৰ উপকূলীয় অঞ্চলৰ চেঙেলীয়া আৰু যুৱচামে পৰিৱেশন কৰে। স্থানীয়ভাৱে পইচা-পাতি তুলি দুৰ্গোৎসৱ আৰু জন্মাষ্টমীৰ সময়ত আয়োজন কৰা এই উৎসৱৰ তেওঁলোক অভিন্ন অংগ

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Nithesh Mattu

নিতেশ মাট্টু কৰ্ণাটকৰ উডুপিৰ এগৰাকী আলোকচিত্ৰ শিল্পী আৰু ফটো-সম্পাদক।

Text

Siddhita Sonavane

সিদ্ধিতা সোণাৱানে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক। তেওঁ মুম্বাইৰ এছ.এন.ডি.টি. ৱিমেনচ্ ইউনিভাৰ্চিটিৰ পৰা ২০২২ত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু সেইখন বিশ্ববিদ্যালয়ৰে ভিজিটিং ফেকাল্টি।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।