no-crime-only-punishment-as

Jehanabad, Bihar

Aug 03, 2023

নকৰা এটা অপৰাধৰ শাস্তি

বিহাৰৰ জহানাবাদ জিলাত মুছহৰসকলকেই সুৰা নিবাৰণ আইনৰ আইনৰ লক্ষ্য কৰি লোৱা হয়। ইয়াৰ পিছত চলা আইনী যুঁজখন বৰ খৰছী আৰু গোটেই বোজা পৰিয়ালটোৰ ওপৰত আহি পৰে

Editor

Devesh

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Umesh Kumar Ray

উমেশ কুমাৰ ৰয়তক্ষশীলা-পাৰিৰ ২০২৫ বৰ্ষৰ জ্যেষ্ঠ ফেলো আৰু ২০২২ বৰ্ষৰ প্ৰাক্তন পাৰি ফেলো৷ ফ্ৰীলাঞ্চ সাংবাদিক হিচাপে কৰ্মৰত উমেশ কুমাৰ কয়ে বিহাৰৰ প্ৰান্তীয় সম্প্ৰদায়ৰ প্ৰতিবেদন প্ৰকাশ কৰে৷

Editor

Devesh

দেৱেশ এগৰাকী কবি, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদক। তেওঁ পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ হিন্দী ভাষাৰ অনুবাদ সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।