my-grandchildren-will-build-their-own-house-as

Pune, Maharashtra

Oct 18, 2023

যাযাবৰ শান্তাবাঈৰ নাতি-নাতিনীৰো এদিন হ’ব এটা ভাল ঘৰ…

শান্তাবাঈ চৱনৰ পৰিয়ালটোৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে প্ৰদান কৰা বাসস্থান নিৰ্মাণৰ কোনো আঁচনি লাভ কৰাতো সম্ভৱ নহয়। ৰাজ্যখনৰ যাযাবৰী সম্প্ৰদায়ৰ লোকসকলে অস্থায়ী ঘৰৰ তলতে ঠাই সলাই বাস কৰাৰ বাদে আন কোনো উপায় নাথাকে। তেওঁলোকৰ বাবে পানী যোগান আৰু বিজুলী-বাতি অলীক সপোন। চৰকাৰী আৱাস পাবৰ বাবে প্ৰয়োজনীয় জাতিগত প্ৰমাণ এখন পোৱাটোও তেওঁলোকৰ বাবে দুৰূহ

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।