love-makes-you-a-good-teacher-as

Pune District, Maharashtra

Sep 05, 2023

‘চেনেহে আপোনাক এজন ভাল শিক্ষক কৰি তোলে’

শিক্ষক দিৱসৰ দিনা পাৰিয়ে বিশেষ শিক্ষকসকলক লৈ উদযাপন কৰিব বিচাৰিছে যিয়ে অশেষ ধৈৰ্য্য আৰু অধ্যৱসায়, লগতে শিক্ষাৰ্থীৰ বাবে সীমাহীন মৰমেৰে সুকীয়া এক পৰিৱেশ গঢ়ি তুলিছে

Translator

Pankaj Das

Photos and Video

Urja

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Medha Kale

মহিলা আৰু স্বাস্থ্যক্ষেত্ৰখনত কাম কৰাৰ অভিজ্ঞতাসম্পন্ন তুলজাপুৰৰ মেধা কালে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ মাৰাঠী অনুবাদ সম্পাদক।

Photos and Video

Urja

ঊৰ্জা পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ জ্যেষ্ঠ সহকাৰী ভিডিঅ' সম্পাদক। তথ্যচিত্ৰ নিৰ্মাতা হিচাপে তেওঁ শিল্পকলা, জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত আগ্ৰহী। ঊৰ্জাই পাৰিৰ ছচিয়েল মিডিয়া টিমটোৰ লগতো কাম কৰে।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।