kolhapur-districts-water-crisis-as

Kolhapur, Maharashtra

Jul 07, 2023

ক’লহাপুৰত জলসংকট

মহাৰাষ্ট্ৰৰ উচ্চগাঁৱত ভূ-জলৰ স্তৰ লক্ষণীয় হাৰত অৱনমিত হোৱাক কেন্দ্ৰ কৰি এইখন চুটিছবি নিৰ্মাণ কৰা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaysing Chavan

জয়চিং চৱন ক’লহাপুৰৰ এগৰাকী মুক্ত আলোকচিত্ৰশিল্পী আৰু চলচ্চিত্ৰ নিৰ্মাতা।

Text Editor

Siddhita Sonavane

সিদ্ধিতা সোণাৱানে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক। তেওঁ মুম্বাইৰ এছ.এন.ডি.টি. ৱিমেনচ্ ইউনিভাৰ্চিটিৰ পৰা ২০২২ত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু সেইখন বিশ্ববিদ্যালয়ৰে ভিজিটিং ফেকাল্টি।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।