knowing-your-onions-in-murshidabad-as

Murshidabad, West Bengal

May 21, 2024

প্ৰথমে পেটৰ চিন্তা, ভোট-ভাষা পাছে-পৰে

পশ্চিমবংগৰ মুৰ্শ্চিদাবাদ জিলাৰ পিঁয়াজৰ খেতিপথাৰত কাম কৰা মাল পাহাৰীয়া আদিবাসী মহিলাৰ দৃষ্টিত প্ৰথমে কাম আৰু খাদ্যৰ চিন্তা, তাৰ পিছতহে ভোটৰ স্থান, আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে তেওঁলোকৰ দৃষ্টিভংগীৰে পাৰিৰ এক প্ৰতিবেদন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Smita Khator

স্মিতা খাটোৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া (পাৰি)ৰ ভাৰতীয় ভাষা অভিযান চমুকৈ পাৰিভাষাৰ মুখ্য অনুবাদ সম্পাদক। পাৰিৰ অনুবাদ, ভাষা আৰু আৰ্কাইভৰ ক্ষেত্ৰত তেওঁ কাম কৰে। তেওঁ মহিলাৰ সমস্যা আৰু শ্ৰম সম্পৰ্কত লিখেও।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।