in-the-line-of-duty-as

-, Maharashtra

Oct 23, 2024

যৌন নিৰ্যাতনৰ বিৰুদ্ধে এগৰাকী মহিলা কনিষ্টবলৰ ন্যায়ৰ যুঁজ

আৰক্ষী জোৱান দামিনীক যেতিয়া তিনিজন লোকে কৰ্মক্ষেত্রত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল, য’ত নেকি তেওঁৰ জ্যেষ্ঠ আৰক্ষী বিষয়াও আছিল, তেওঁ ন্যায় পোৱাৰ পৰিৱৰ্তে তেওঁৰ বিৰুদ্ধে সমস্ত এটা ব্যৱস্থাই বাটভেঁটি ধৰিছিল। ন্যায়ৰ বাবে দামিনীৰ সংগ্ৰামক লৈ এই কাহিনী

Author

Jyoti

Series Editor

Anubha Bhonsle

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Editor

Pallavi Prasad

পল্লৱী প্ৰসাদ মুম্বাইৰ এগৰাকী মুক্ত সাংবাদিক আৰু য়াং ইণ্ডিয়া ফেল’। লেডী শ্ৰী ৰাম কলেজৰ পৰা ইংৰাজী বিষয়ৰ স্নাতক ডিগ্ৰীধাৰী পল্লৱীয়ে লিংগ, সংস্কৃতি আৰু স্বাস্থ্যবিষয়ক লেখা-মেলা কৰে।

Series Editor

Anubha Bhonsle

অনুভা ভোসলে ২০১৫ৰ পাৰি ফেল’, এগৰাকী মুক্ত সাংবাদিক আৰু আই চি এফ জে নাইট ফেল’ধাৰী। মণিপুৰ আৰু সশস্ত্ৰ সুৰক্ষা বাহিনী বিশেষ ক্ষমতা আইনৰ প্ৰভাৱৰ ঐতিহাসিক পটভূমিৰ আলম লৈ ‘মাদাৰ, হুৱেৰ ইজ মাই কাণ্ট্ৰি’ শীৰ্ষক গ্ৰন্থখনৰ তেওঁ গ্ৰন্থকাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।