in-mp-the-silenced-cries-of-custodial-deaths-as

Guna, Madhya Pradesh

Nov 02, 2023

মধ্যপ্ৰদেশত আৰক্ষীৰ জিম্মাত মৃত্যুৰ কিৰিলি!

যোৱা কেইবছৰমানৰ পৰা মধ্যপ্ৰদেশত আৰক্ষীৰ জিম্মাত আৰক্ষীয়ে চলোৱা অমানুষিক অত্যাচাৰৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। আৰ্থিকভাৱে পিছপৰা আদিবাসী, দলিত আৰু সংখ্যালঘু লোকসকলৰ পক্ষে ইয়াৰ বিৰুদ্ধে মাত মতাতো দুৰূহ হৈ আহিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।