i-get-to-share-my-worries-here-as

Bilaspur, Chhattisgarh

Sep 27, 2024

‘ইয়াত সুখ-দুখৰ দু-আষাৰ কথা পাতিবলৈ মানুহ পাওঁ’

চত্তীশগড়ৰ বৃদ্ধ আদিবাসী লোকৰ বাবে পৰামৰ্শদান কাৰ্য্যসূচীত স্বাস্থ্য আৰু হাঁহি-ধেমালিৰ এক পৰিৱেশে বিৰাজ কৰে

Editor

PARI Desk

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sweta Daga

শ্বেতা দাগা বাংগালুৰুৰ এগৰাকী লেখক আৰু ফটোগ্ৰাফাৰ, লগতে ২০১৫ৰ PARI জলপানি প্ৰাপক। তেওঁ জলবায়ু পৰিৱৰ্তন, লিংগ আৰু সামাজিক সমতাৰ দৰে বিষয়সমূহক লৈ লেখা-মেলা কৰি আহিছে।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।