how-will-ragi-grow-in-this-heat-as

Nilgiris, Tamil Nadu

Jul 20, 2024

‘এই গৰমত ৰাগি খেতি হ’বনো কেনেকৈ’

নিলগিৰিত উষ্ণতা বৃদ্ধি হ’বলৈ ধৰিছে, পথাৰবোৰ শুকাই গৈছে। ইৰুলা আৰু চলিগা আদিবাসী সম্প্ৰদায়ৰ লোকে বৰষুণৰ পৰিৱৰ্তিত ৰেহ-ৰূপলৈ চাই ৰাগি, চোলাম আৰু চামই আদি মিলেটৰ খেতি কৰাটো কঠিন হৈ পৰা বুলি কৈছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।