from-the-drought-land-as

-, Madhya Pradesh

Jul 14, 2024

অনাবৃষ্টিৰ দেশৰ পৰা কৈছো

দেশখনৰ সমগ্ৰ উত্তৰভাগেৰে বলা উষ্ণ বায়ুপ্ৰৱাহকে আদি কৰি বিভিন্ন কাৰণত দেশখনৰ সমগ্ৰ মধ্য ভূখণ্ডৰ বতৰ প্ৰতিকূল হৈ পৰাত খেতিয়কসকলৰ যি বিলৈ হৈছে, সেয়াই কবিয়ে কবিতাৰ যোগেদি ব্যক্ত কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Syed Merajuddin

ছৈয়দ মেৰাজুদ্দিন এগৰাকী কবি আৰু শিক্ষক। তেওঁৰ ঘৰ মধ্যপ্ৰদেশৰ আগাৰাত। বিস্থাপিত আদিবাসী আৰু দলিত সম্প্ৰদায়ৰ শিশুৰ বাবে উচ্চতৰ মাধ্যমিক স্কুল চলোৱা আধাৰশীলা শিক্ষা সমিতি নামে সংস্থাটোৰ তেওঁ সহ-প্ৰতিস্থাপক আৰু সচিব। বৰ্তমান তেওঁ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিত থাকে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Illustration

Manita Kumari Oraon

মণিতা কুমাৰী ওৰাওঁ ঝাৰখণ্ডৰ এগৰাকী চিত্ৰশিল্পী - তেওঁ আদিবাসী সম্প্ৰদায়ৰ সমাজ-সাংস্কৃতিক সমস্যাৰ সৈতে জড়িত ভাস্কৰ্য্য শিল্প আৰু চিত্ৰশিল্পৰ কাম কৰে।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ [email protected]

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।