every-house-is-like-a-graveyard-as

Dharmapuri, Tamil Nadu

Feb 24, 2024

‘ঘৰে-চোতালে মৰিশালিৰ স্তব্ধতা’

তামিলনাডুৰ কৃষ্ণনগৰিৰ ফটকাৰ গুদাম এটাত ফটকা বিস্ফোৰণ ঘটি আঠোটাকৈ শিশুৱে প্ৰাণ হেৰুওৱাৰ পিছত এখন গাঁৱত মৰিশালিৰ নিস্তব্ধতাই বিৰাজ কৰিছে। দেৱালীৰ আগৰ কথা। কলেজীয়া আঠজন দলিত সম্প্ৰদায়ৰ কম বয়সীয়া ল’ৰাই পৰিয়ালৰ ধাৰ পৰিশোধ কৰিবলৈ, কলেজৰ মাচুল যোগাৰ কৰিবলৈ আৰু হাত-খৰছৰ বাবে দুপইচা উলিয়াবলৈ বুলি গুদামটোত কাম কৰাৰ সিদ্ধান্ত লৈছিল

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Editor

Kavitha Muralidharan

কবিতা মুৰুলিধৰণ চেন্নাইৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক। তেওঁ আগেয়ে ‘ইণ্ডিয়া টুডে’(তামিল)ৰ সম্পাদক আছিল। তাৰ আগেয়ে তেওঁ ‘দ্যা হিন্দু’(তামিল)ৰ প্ৰতিবেদন শাখাৰ মুৰব্বী আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।