budget-what-have-i-got-to-do-with-it-as

Rohtak, Haryana

Feb 10, 2025

‘বাজেট? সিটো বস্তুৰ লগত মোৰ কি কাম?’

চৰকাৰৰ পৰা মহামাৰীৰ সময়ত সাহায্য আৰু গাখীৰৰ উন্নত ক্ৰয়ৰ সুবিধাহে বিচাৰে হাৰিয়ানাৰ এগৰাকী ম’হপালক আৰু এগৰাকী আৱৰ্জনা সংগ্ৰহকাৰী মহিলাই৷ অধিক আয়ৰ লোকক কৰ ৰেহাই দিয়াৰ সুবিধা তেওঁলোকৰ বাবে কোনো দিনে প্ৰাসংগিক নাছিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Amir Malik

আমীৰ মালিক এগৰাকী মুক্ত সাংবাদিক আৰু ২০২২ৰ এগৰাকী পাৰি ফেলো।

Editor

Swadesha Sharma

স্বদেশা শৰ্মা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক আৰু গৱেষক। তেওঁ পাৰি লাইব্ৰেৰীৰ বাবে সমল গোটোৱাৰ হেতু স্বেচ্ছাসেৱকৰ সৈতে কাম কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷