all-the-way-to-the-top-of-the-toddy-tree-as

Samastipur, Bihar

Oct 06, 2023

তালগছৰ আগত জীৱিকাৰ বাট

বিহাৰৰ সমস্তিপুৰ জিলাখনৰ প্ৰায়ভাগ শ্ৰমিকেই জীৱিকাৰ সন্ধানত প্ৰব্ৰজিত হৈছে যদিও অজয় মাহাতোই নিজৰ ঠাইখন এৰি যোৱা নাই। তেওঁ ঘৰতে থাকে আৰু বিপজ্জনক যদিও তাল গছ বগোৱাই তেওঁৰ জীৱিকা

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Umesh Kumar Ray

উমেশ কুমাৰ ৰায় ২০২৫ৰ এগৰাকী পাৰি তক্ষশীলা ফেল’ আৰু ২০২২ৰ প্ৰাক্তন পাৰি ফেল’। বিহাৰৰ এগৰাকী মুক্ত সাংবাদিক হিচাপে তেওঁ উপান্ত শ্ৰেণীৰ প্ৰতিবেদন যুগুতায়।

Editor

Dipanjali Singh

দীপাঞ্জলী সিং পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ পাৰি লাইব্ৰেৰীৰ গৱেষক আৰু ডকুমেণ্ট কিউৰেটৰ।

Video Editor

Shreya Katyayini

শ্ৰেয়া কাত্য়ায়িনী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু জ্যেষ্ঠ ভিডিঅ’ সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।