ৰূপান্তৰকামীয়ে-গঢ়ি-তোলা-এখন-মঞ্চ-আৰু-মনৰ-কথা

Chennai, Tamil Nadu

Mar 31, 2023

ৰূপান্তৰকামীয়ে গঢ়ি তোলা এখন মঞ্চ আৰু মনৰ কথা

ৰূপান্তৰকামী লোক এজনে থিয়েটাৰৰ পৃথিৱীত আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ পোৱাটো অতি বিৰল। ৩১ মাৰ্চত উদযাপিত ৰূপান্তৰকামীৰ বিদ্যমানতাৰ আন্তৰ্জাতিক দিৱস উপলক্ষে ৰূপান্তৰকামী সম্প্ৰদায়টোৱে সন্মুখীন হোৱা সামাজিক বৈষম্য আৰু সংগ্ৰামমুখৰ জীৱনক তুলি ধৰা ‘চাণ্ডকাড়াংগা’ শীৰ্ষক নাটখনক লৈ এই ফটোষ্ট’ৰিটো কৰা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Editor

S. Senthalir

এছ. চেন্থালিৰ এগৰাকী প্ৰতিবেদক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ ২০২০ৰ পাৰি ফেলো আছিল।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷