ৰাজপথৰ-লাইটৰ-পোহৰত-মোৰ-মাতৃৰ-জীৱন

Madurai, Tamil Nadu

Dec 17, 2021

ৰাজপথৰ লাইটৰ পোহৰত মোৰ মাতৃৰ জীৱন

পাৰিৰ এজন আলোকচিত্ৰশিল্পীয়ে কেমেৰাটো নিজৰ অন্তঃকৰণলৈ পোনাইছে, মাদুৰাইৰ এই আলোকচিত্ৰ শিল্পীগৰাকীয়ে ৰাজপথৰ লাইটৰ পোহৰ ধাৰে লৈ নিজকে গঢ়ি তোলাৰ কঠিন সত্যক কেমেৰাত বন্দী কৰাৰ চেষ্টা কৰিছে, সেই সত্তা আজি মাতৃৰ পৰা দূৰত যদিও মাতৃসত্তাৰ পৰা অবিভাজ্য

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।