য়াভাটমালৰ-কৃষি-বিধবাৰ-বেলট-যুঁজ

Yavatmal, Maharashtra

Jun 20, 2019

য়াভাটমালৰ কৃষি-বিধবাৰ বেলট যুঁজ

অংগনৱাড়ী কৰ্মী আৰু কৃষি শ্ৰমিক হিচাপে কাম কৰা বৈশালী য়েডেয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনত পূৱ মহাৰাষ্ট্ৰৰ পৰা প্ৰতিপত্তিশীল ৰাজনৈতিক প্ৰতিদ্বন্দীৰ বিৰুদ্ধে থিয় দিছে, তাইৰ গিৰীয়েকে ২০১১ত আত্মহত্যা কৰিছিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।