সুন্দৰবনত-সৰ্পদেৱীৰ-ভূমিকাত

South 24 Parganas, West Bengal

Oct 20, 2021

সুন্দৰবনত সৰ্পদেৱীৰ ভূমিকাত

পশ্চিমবংগৰ ৰজত জুবিলি গাঁৱৰ খেতিয়ক-শ্ৰমিক সকলোৱে লগ লাগি মনসা পালা গান প্ৰদৰ্শন কৰিছে, সৰ্প দেৱী মনসাক সন্তুষ্ট কৰিবলৈ এই পাৰম্পৰিক গীতি-নাটেৰে তেওঁলোকে গ্ৰাম্য নাটকৰ পৰম্পৰা অটুত ৰাখিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ritayan Mukherjee

ৰীতায়ান মুখাৰ্জী কলকাতাৰ এগৰাকী ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী ব্যক্তি তথা ২-১৬ বৰ্ষৰ পাৰি ফেলো। তেঁও তিব্বতীয়ান মালভূমিৰ যাযাবৰ যাজক সম্প্ৰদায়ৰ জীৱনসংক্ৰান্ত তথ্য নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্প এটাত নিয়োজিত।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।