বংগোপসাগৰৰ মহাবলীপুৰমত মাছমৰীয়াসকলে সাগৰৰ পৰা বিৰতি লৈছে আৰু শনিবাৰ এটাত আবেলি ৪ মান বজাত তাচ খেলি আছে।

তেওঁলোকৰ দিনটো সূৰ্যোদয়ৰ আগতেই, খুব সোনকালেই আৰম্ভ হয়, আৰু তেওঁলোকে সাগৰলৈ বাট বুলে। তেওঁলোকে কেইবা ঘণ্টাজুৰি (বতৰৰ ওপৰত নিৰ্ভৰ কৰি) মাছ ধৰে আৰু তেতিয়াও সাধাৰণতে ৰাতিপুৱাই হৈ থাকে যেতিয়া তেওঁলোক পাৰলৈ উভতি যায়, য’ত তেওঁলোকে ধৰা মাছবোৰ বেপাৰীসকলে নিলাম কৰে। তাৰপাছত মাছমৰীয়াসকল ঘৰলৈ যায়, আহাৰ খায় আৰু ভাগৰত টোপনি যায়। পাছত, তেওঁলোকে নিজৰ মাছ ধৰা জালবোৰৰ ফটা-ছিগাবোৰ ঠিক কৰিবলৈ পাৰলৈ যায়। দিনটোৰ বাবে সেয়া কৰা হ’লে তেওঁলোকে তাচ খেলি জিৰণি ল’বলৈ বহে।

অনুবাদ: বন্যা বৰুৱা

Rahul M.

ఆంధ్రప్రదేశ్ రాష్ట్రంలో అనంతపూర్ నగరంలో ఉండే రాహుల్ ఎం. ఒక స్వచ్చంధ పాత్రికేయుడు. ఇతను 2017 PARI ఫెలో.

Other stories by Rahul M.
Editor : Sharmila Joshi

షర్మిలా జోషి పీపుల్స్ ఆర్కైవ్ ఆఫ్ రూరల్ ఇండియా మాజీ ఎగ్జిక్యూటివ్ ఎడిటర్, రచయిత, అప్పుడప్పుడూ ఉపాధ్యాయురాలు కూడా.

Other stories by Sharmila Joshi
Translator : Bonya Baruah

Bonya Baruah is a freelance journalist and language expert based in Mumbai. She has been a recipient of many prestigious fellowships including UNICEF Media Fellowship, ZUBAAN-Sasakawa Peace Fellowship, Assam govt. media fellowship and Assam Science Technology and Environment Council Climate Change Reporting fellowship. Her areas of interest are women and gender, environment, human rights and development journalism.

Other stories by Bonya Baruah