সম্ভাব্য-বিপদৰ-দলনিত-ডাল-হ্ৰদৰ-খেতিয়ক

Srinagar, Jammu and Kashmir

Apr 12, 2022

সম্ভাব্য বিপদৰ দলনিত ডাল হ্ৰদৰ খেতিয়ক

কাশ্মীৰৰ ডাল হ্ৰদত পাচলিৰ উপঙা বাগিচাবোৰে হ্ৰদৰ বজাৰখনলৈ টনে টনে পাচলি যোগান ধৰে যদিও স্থানীয় প্ৰশাসনে সেই ঠাইৰ পৰা মানুহবোৰক উঠাই নিয়াত কৃষক আৰু বেপাৰী উভয়ে জীৱিকাৰ সংকটত ভুগিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Muzamil Bhat

মুজামিল ভাট শ্ৰীনগৰৰ এগৰাকী মুক্ত ফটো-সাংবাদিক আৰি চলচ্চিত্ৰ নিৰ্মাতা, ২০২২ৰ তেওঁ পাৰি ফেল’ আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।