লাটুৰত-তাপমান-৪৩-ডিগ্ৰী-তথাপি-ধাৰাসাৰ-শিলাবৃষ্টিত-বিধ্বস্ত-কৃষি

Latur, Maharashtra

Sep 05, 2019

লাটুৰত তাপমান ৪৩ ডিগ্ৰী, তথাপি ধাৰাসাৰ শিলাবৃষ্টিত বিধ্বস্ত কৃষি

মহাৰাষ্ট্ৰৰ লাটুৰ জিলাৰ গঞাই যোৱা এটা দশক ধৰি গ্ৰীষ্মকালৰ তীব্ৰ তাপমান আৰু বিধ্বংসী শিলাবৃষ্টিৰ সমুখীন হৈ আহিছে। ফলত খেতিয়কে বাগিচাৰ খেতি এৰিবলৈ ধৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Reporter

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Series Editors

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।