মাদুৰাইত-কাৰাগাট্টাম-শিল্পীৰ-নাজল-নাথল-অৱস্থা

Madurai, Tamil Nadu

Jun 19, 2021

মাদুৰাইত কাৰাগাট্টাম শিল্পীৰ নাজল-নাথল অৱস্থা

কাৰাগাট্টাম শিল্পী, শিল্পই যাৰ পেটৰ ভাতমুঠি মোকলোৱাৰ একমাত্ৰ বাট, তেওঁলোক এতিয়া উপাৰ্জনহীন, তাতে আকৌ এই ভয়াৱহ অতিমাৰীয়ে তেওঁলোকৰ সন্তানৰ শিক্ষাৰ সপোনত বিঘিনি ঘটাব বুলিও তেওঁলোক অতিশয় শংকিত

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।