মহজাক-ঘৰ-নচপালৈ-চিন্তাকুল-মৰকাম

Dhamtari, Chhattisgarh

Jan 21, 2022

ম’হজাক ঘৰ নচপালৈ চিন্তাকুল মৰকাম

বিশালৰাম মৰকামৰ মৰমৰ ম’হকেইটা চত্তীশগড়ৰ ধামতাৰি জিলাৰ গভীৰ হাবিত দিনটো চৰি আবেলি নিজেই বাট বিচাৰি লয়, তেওঁৰ ওচৰলৈ ঘূৰি আহে। কিন্তু চিকাৰীৰ ভয়ে মৰকামক চিন্তাত পেলায়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰ ২০১৫ৰ এগৰাকী পাৰি ফেলো। তেওঁ এগৰাকী সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ আজীম প্ৰেমজী ফাউণ্ডেছনত কৰ্মৰত আৰু সামাজিক পৰিৱৰ্তনৰ হেতু লিখা-মেলা কৰে।

Author

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।