মই-কৃষকৰ-সমস্যাক-লৈ-সজাগতা-সৃষ্টিৰ-বাবে-গান-গাওঁ

Kota, Rajasthan

Aug 16, 2021

‘মই কৃষকৰ সমস্যাক লৈ সজাগতা সৃষ্টিৰ বাবে গান গাওঁ’

নাছিকৰ এগৰাকী ভিল আদিবাসী কৃষি শ্রমিক তথা গায়িকা আৰু সুৰকাৰ ১৬ বছৰীয়া সবিতা গুঞ্জলে মহাৰাষ্ট্ৰৰ পৰা দিল্লীলৈ অভিমুখী গাড়ীৰ সমদল জাঠাৰ কৃষকসকলৰ উদ্যম আৰু সংকল্পক তেওঁৰ মন পৰশা গীতেৰে দৃঢ় কৰি ৰাখিছিল

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Shraddha Agarwal

শ্ৰদ্ধা আগৰৱাল এগৰাকী সাংবাদিক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ বিষয়বস্তু সম্পাদক।

Translator

Srishti Shreyam

সৃষ্টি শ্ৰেয়ম মুম্বাইস্থিত এগৰাকী ইণ্টাৰডিচিপ্লিনেৰি শিল্পী। পূৰ্বতে বিভিন্ন অসমীয়া নিউজ চেনেলত কাম কৰা সৃষ্টিয়ে ভইচ অভাৰ আৰ্টিষ্ট হিচাপে আৰু অসমীয়া ভাষা বিশেষজ্ঞ হিচাপে কাম কৰি আহিছে। তেওঁ অসমীয়া ভাষাত দুখনকৈ চুটিগল্পৰ কিতাপো প্ৰকাশ কৰিছে। সৃষ্টি এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাও। তেওঁ এখন চুটিছবি লিখিছে আৰু পৰিচালনা কৰিছে।