ভাৰতৰ-মুখ্য-ন্যায়াধীশলৈ-এখন-মুকলি-চিঠি

Mumbai, Maharashtra

Dec 25, 2021

ভাৰতৰ মুখ্য ন্যায়াধীশলৈ এখন মুকলি চিঠি

ভাৰতৰ মাননীয় মুখ্য ন্যায়াধীশগৰাকীয়ে ঠিকেই কৈছে যে ভাৰতত অনুসন্ধানমূলক সাংবাদিকতা নাইকিয়া হৈ আহিছে। কিন্তু স্বাধীন ভাৰতৰ ইতিহাসত যে প্ৰথমবাৰৰ বাবে সংবাদমাধ্যমৰ স্বতন্ত্ৰতাৰ সূচাংক একেবাৰে তললৈ অৱনমিত হৈছে, সেই কথা বাৰু ন্যায়পালিকাই মন কৰাটো উচিত নহয়নে?

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।