ভাৰতখন-জ্বলি-আছে-ধৰ্মৰাজ

Allahabad, Uttar Pradesh

Sep 19, 2022

ভাৰতখন জ্বলি আছে ধৰ্মৰাজ!

ঐতিহাসিক চৰিত্ৰবোৰে উশাহ ল’ব নোৱাৰি ধৰফৰাই আছে যদিও দেৱদূতে তেওঁলোকক ৰৌ ৰৌ নৰকৰ লেলিহান শিখাৰ মাজলৈ ঠেলিবলৈ এৰা নাই

Poem and Text

Anshu Malviya

Paintings

Antara Raman

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Poem and Text

Anshu Malviya

অংশু মালবিয়া এগৰাকী কবি, তেওঁৰ তিনিখনকৈ কাব্য সংকলন প্ৰকাশ পাইছে। নগৰাঞ্চলৰ দৰিদ্ৰ আৰু অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সৈতে কাম কৰা এলাহবাদৰ অংশু মালবিয়া এগৰাকী সামাজিক আৰু সাংস্কৃতিক কৰ্মী। তেওঁ সংমিশ্ৰিত ঐতিহ্য দিশতো কাম কৰে।

Paintings

Antara Raman

অন্তৰা ৰমন এগৰাকী চিত্ৰকৰ আৰু ৱেবছাইট ডিজাইনাৰ। সামাজিক প্ৰক্ৰিয়া আৰু ৰূপকথামূলক চিত্ৰকল্পৰ প্ৰতি তেওঁৰ আগ্ৰহ আছে। বেংগালুৰুৰ সৃষ্টি ইনষ্টিটিউট অৱ আৰ্ট, ডিজাইন আৰু টেকনলজিৰ স্নাতক অন্তৰা ৰমনে বিশ্বাস কৰে যে কাহিনীৰ কথকতাৰ পৃথিৱীখন আৰু সচিত্ৰকৰণ, দুয়োটা পৰস্পৰৰ সহযোগী।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।