বৈচিত্ৰতাৰ-মাজত-ঐক্য-বাৰেৰহনীয়া-ৰূপ-আমাৰ-আনন্দৰ-উৎস

Mumbai, Maharashtra

Sep 30, 2022

বৈচিত্ৰতাৰ মাজত ঐক্য, বাৰেৰহনীয়া ৰূপ আমাৰ আনন্দৰ উৎস

ভাষাৰ মাজেদি, ভাষাৰ সীমা পাৰ হৈ যিখন বিবিধ জগতত আমি বাস কৰো, পাৰি অনুবাদকসকলে আজি সেইখন জগততে ভ্ৰমি বিশ্ব অনুবাদ দিৱস উদযাপন কৰিছে

Illustration

Labani Jangi

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Illustration

Labani Jangi

লাবনি জংগি পশ্চিমবংগৰ নাডিয়া জিলাৰ এগৰাকী স্বশিক্ষিত চিত্ৰশিল্পী। তেওঁ ২০২০ত আৰম্ভ হোৱা টি.এম. কৃষ্ণা-পাৰি পুৰস্কাৰৰ প্ৰথমগৰাকী বিজেতা। পিএইচডি ছাত্ৰী লাবনিয়ে চেণ্টাৰ ফৰ ষ্টাডিজ ইন চ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিক প্ৰবজন বিষয়ৰ ওপৰত কাম কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।