পিয়াহ-গুচাবলৈ-সাহস-কৰা-লৰাকন

Sep 08, 2022

পিয়াহ গুচাবলৈ সাহস কৰা ল’ৰাকন

শিক্ষকৰ হাতত প্ৰহৃত হৈ প্ৰাণ হেৰুওৱা ইন্দ্ৰ কুমাৰ মেঘৱাল যুগে যুগে চলি অহা জাতিভেদৰ চিকাৰ হৈছে, এই অত্যাচাৰ-অন্যায়ৰ বিৰুদ্ধে কবিৰ কলমে জুই বৰষিছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Joshua Bodhinetra

জশুৱা বোধিনেত্ৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া চমুকৈ পাৰিৰ ভাৰতীয়া ভাষা কাৰ্য্যসূচী পাৰিভাষাৰ সমল ব্যৱস্থাপক। কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যৰ এমফিল ডিগ্ৰীধাৰী জশুৱা এগৰাকী বহুভাষিক কবি, অনুবাদক, কলা সমালোচক আৰু সমাজকৰ্মী।

Illustration

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ subarna.latab@gmail.com