পঢ়ি-থাকিলে-মোক-কোনে-বিয়া-পাতিব-বুলি-তেওঁ-প্ৰশ্ন-কৰে

Samastipur, Bihar

May 19, 2021

‘পঢ়ি থাকিলে মোক কোনে বিয়া পাতিব বুলি তেওঁ প্ৰশ্ন কৰে’

বিহাৰৰ সমষ্টিপুৰ জিলাৰ মহাদলিত সম্প্ৰদায়ৰ কিশোৰীসকলে পঢ়াশালি আৰু নিজৰ সপোন দুয়োটাই এৰি বিয়াত নবহিলে সমাজৰ নিন্দা-তিৰস্কাৰেই নহয়, শাৰীৰিক অত্যাচাৰৰো সন্মুখীন হয়, তাৰে কিছুমানে বাধা দিয়াৰ চেষ্টা কৰে, কিছুমানে সেও মানে

Illustration

Antara Raman

Translator

Pankaj Das

Editor and Series Editor

Sharmila Joshi

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Amruta Byatnal

অম্ৰুতা ব্যাতনাল নতুন দিল্লীৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক। স্বাস্থ্য, লিংগ আৰু নাগৰিকত্বক কেন্দ্ৰ কৰি তেওঁ লিখা-মেলাৰ কাম কৰে।

Illustration

Antara Raman

অন্তৰা ৰমন এগৰাকী চিত্ৰকৰ আৰু ৱেবছাইট ডিজাইনাৰ। সামাজিক প্ৰক্ৰিয়া আৰু ৰূপকথামূলক চিত্ৰকল্পৰ প্ৰতি তেওঁৰ আগ্ৰহ আছে। বেংগালুৰুৰ সৃষ্টি ইনষ্টিটিউট অৱ আৰ্ট, ডিজাইন আৰু টেকনলজিৰ স্নাতক অন্তৰা ৰমনে বিশ্বাস কৰে যে কাহিনীৰ কথকতাৰ পৃথিৱীখন আৰু সচিত্ৰকৰণ, দুয়োটা পৰস্পৰৰ সহযোগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Editor and Series Editor

Sharmila Joshi

শৰ্মিলা জোশী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰাক্তন কাৰ্য্যবাহী সম্পাদক। তেওঁ লিখা-মেলা কৰে আৰু মাজে-সময়ে শিক্ষকতাও কৰে।