দুৰ্গাপূজাত-ঢাকিৰ-ঢোলত-ঘন-ছেও

Agartala, Tripura

Oct 08, 2021

দুৰ্গাপূজাত ঢাকিৰ ঢোলত ঘন ছেও

১১ অক্টোবৰত দুৰ্গাপূজা আৰম্ভ হ’ব। আগৰতলাৰ ঢাকিৰ ঢোলবোৰ ঘনাই বাজিছে। আন দিনা ৰিক্সাচালক, বিক্ৰীদাৰ, খেতিয়ক, প্লাম্বাৰ আৰু লাইনৰ কাম কৰাসকলেই এই দিনকেইটাত হাতত ঢাক তুলি লয়

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sayandeep Roy

চয়নদ্বীপ ৰয় ত্ৰিপুৰাৰ আগৰতলাৰ এগৰাকী মুক্ত সাংবাদিক৷ ব্লিংকৰ সম্পাদক চয়নদ্বীপে সংস্কৃতি, সমাজ আৰু ৰোমাঞ্চকৰ অভিজ্ঞতা বিষয়ক প্ৰতিবেদন লিখে৷

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।