চৰকাৰে-আমাক-আমাৰ-প্ৰাপ্যখিনি-দিয়ক

Bellary, Karnataka

Mar 13, 2023

‘চৰকাৰে আমাক আমাৰ প্ৰাপ্যখিনি দিয়ক’

কৰ্ণাটকৰ বেল্লাৰিত খনিত কাম কৰা মহিলাই খন্দা, গুড়ি কৰা, কটা আৰু চালনিৰে চেকা আদি আটাইবোৰ কামকে কৰিছিল, কিন্তু দুটা দশক আগতে মেচিনে তেওঁলোকৰ এলাগি কৰি পেলালে। ক্ষতিপূৰণ আৰু পুনৰ্সংস্থাপনৰ হকে যুঁজিবলৈ অব্যাহতি দিয়া কৰ্মচাৰীক একগোট কৰি এক সংঘৰ যোগেদি তেওঁলোকে প্ৰাপ্যৰ হকে মাত মাতিব লৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

S. Senthalir

এছ. চেন্থালিৰ এগৰাকী প্ৰতিবেদক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ ২০২০ৰ পাৰি ফেলো আছিল।

Editor

Sangeeta Menon

সংগীতা মেনন মুম্বাইৰ এগৰাকী লেখিকা, সম্পাদিকা আৰু কমিউনিকেশ্যন কনছালটেণ্ট।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।