চৌকাৰ-জুইত-তিল-তিলকৈ-নিঃশেষ-জীৱন

Nagpur, Maharashtra

Apr 05, 2023

চৌকাৰ জুইত তিল তিলকৈ নিঃশেষ জীৱন

স্বচ্ছ ৰন্ধন গেছৰ তেনেই সামান্য সুবিধাৰ বাবে নাগপুৰৰ চিখালী বস্তিৰ বহু মহিলাৰ এতিয়া শ্বাস-প্ৰশ্বাসজনিত ৰোগত ভুগিছে, উশাহ-নিশাহ লোৱাত অসুবিধা পাই আহিছে আৰু হাওঁফাওঁৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনাৰ মাজত জীৱন নিয়াইছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Kavitha Iyer

কবিতা আয়াৰে দুটা দশক ধৰি সাংবাদিকতা কৰি আহিছে। তেওঁ ‘Landscapes Of Loss: The Story Of An Indian Drought’ৰ গ্ৰন্থকাৰ (হাৰ্পাৰ কলিন্সৰ দ্বাৰা ২০১১ত প্ৰকাশিত)।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।