কচ্চৰ-মৌ-মিঠা-পানী-ৰাণসকলৰ-গীত

Kachchh, Gujarat

Feb 07, 2023

কচ্চৰ মৌ-মিঠা পানী: ৰাণসকলৰ গীত

গুজৰাটৰ উত্তৰ-পশ্চিমাঞ্চলৰ এই গীত কচ্চভূমিৰ বাসিন্দাসকলৰ আৰু সংস্কৃতিৰ জয়গান

Illustration

Antara Raman

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Illustration

Antara Raman

অন্তৰা ৰমন এগৰাকী চিত্ৰকৰ আৰু ৱেবছাইট ডিজাইনাৰ। সামাজিক প্ৰক্ৰিয়া আৰু ৰূপকথামূলক চিত্ৰকল্পৰ প্ৰতি তেওঁৰ আগ্ৰহ আছে। বেংগালুৰুৰ সৃষ্টি ইনষ্টিটিউট অৱ আৰ্ট, ডিজাইন আৰু টেকনলজিৰ স্নাতক অন্তৰা ৰমনে বিশ্বাস কৰে যে কাহিনীৰ কথকতাৰ পৃথিৱীখন আৰু সচিত্ৰকৰণ, দুয়োটা পৰস্পৰৰ সহযোগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।