এয়াও-এক-ভিন্ন-প্ৰকৃতিৰ-খৰাং

Chandrapur, Maharashtra

Apr 19, 2023

‘এয়াও এক ভিন্ন প্ৰকৃতিৰ খৰাং’

খৰাং আৰু আৰ্থিক সংকট গৰাহত পৰা বিদৰ্ভৰ কৃষকসকলৰ এতিয়া এটা নতুন চিন্তা হৈছে – মহাৰাষ্ট্ৰৰ তাড়োবা আন্ধাৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বন্যপ্ৰাণীয়ে খেতিপথাৰ নষ্ট কৰা আৰু মানুহ মৰা। ৰাজ্য চৰকাৰৰ পৰা তেওঁলোকে কোনো বিশেষ সহায় নাপায়, নিজেই নিজৰ খেয়াল ৰাখিব লগা পৰিস্থিতিত তেওঁলোক পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Editor

Urvashi Sarkar

উৰ্বশী চৰকাৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০১৬ বৰ্ষৰ পৰি সদস্য।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।