উত্তৰ-প্ৰদেশ-পঞ্চায়তঃ-১৬২১-শিক্ষকে-প্ৰাণ-হেৰুৱালে

Lucknow, Uttar Pradesh

May 19, 2021

উত্তৰ প্ৰদেশ পঞ্চায়তঃ ১,৬২১ শিক্ষকে প্ৰাণ হেৰুৱালে

কিয় উত্তৰ প্ৰদেশ চৰকাৰে এপ্ৰিল মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে, যাৰ ফলত উদ্ভৱ হোৱা সৰ্বনশীয়া পৰিস্থিতিয়ে এতিয়া অধিক ভয়ংকৰ ৰূপ লৈছে? পাৰিয়ে এই বিষয়ত শেহতীয়া তথ্য দাঙি ধৰিছে

Illustration

Antara Raman

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Illustration

Antara Raman

অন্তৰা ৰমন এগৰাকী চিত্ৰকৰ আৰু ৱেবছাইট ডিজাইনাৰ। সামাজিক প্ৰক্ৰিয়া আৰু ৰূপকথামূলক চিত্ৰকল্পৰ প্ৰতি তেওঁৰ আগ্ৰহ আছে। বেংগালুৰুৰ সৃষ্টি ইনষ্টিটিউট অৱ আৰ্ট, ডিজাইন আৰু টেকনলজিৰ স্নাতক অন্তৰা ৰমনে বিশ্বাস কৰে যে কাহিনীৰ কথকতাৰ পৃথিৱীখন আৰু সচিত্ৰকৰণ, দুয়োটা পৰস্পৰৰ সহযোগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।