methi-my-mother-as

Nilgiris, Tamil Nadu

Jul 26, 2024

মেতী, মোৰ মা

নিলগিৰিৰ অৰণ্যৰ কোলাত থকা বোক্কাপুৰম গাঁৱৰ বেট্টাকুৰুম্বা যুৱক এজনে নিজৰ মাকৰ বিষয়ে লিখিছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

K. Ravikumar

ৰবিকুমাৰ তামিলনাডুৰ মুদুমলই টাইগাৰ ৰিজাৰ্ভৰ বোক্কাপুৰমৰ এগৰাকী উচ্চাকাংক্ষী আলোকচিত্ৰশিল্পী আৰু তথ্যচিত্ৰ নিৰ্মাতা। ৰবিয়ে পাৰিৰ আলোকচিত্ৰ শিল্পী পালানি কুমাৰৰ দ্বাৰা পৰিচালিত পালানি ষ্টুডিঅ’ত ফটোগ্ৰাফি শিকিছে। ৰবিয়ে তেওঁৰ বেট্টাকুৰুম্বা জনজাতীয় সম্প্ৰদায়ৰ জীৱন আৰু জীৱিকা নথিবদ্ধ কৰিব বিচাৰে।

Editor

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।