birds-in-west-kameng-micah-has-them-in-focus-as

West Kameng, Arunachal Pradesh

Aug 05, 2024

পশ্চিম কামেং জিলাৰ চৰাইবোৰত মিকা ৰাইৰ দৃষ্টি

বিৰল প্ৰজাতিৰ চৰাইৰ ফটো কেমেৰাৰে ধৰি ৰখাটো ভাল শ্বট এটা পোৱাতকৈ বহু ডাঙৰ কথা

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Photographs

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Photographs

Micah Rai

অৰুণাচলৰ মিকা ৰাই ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ এগৰাকী ক্ষেত্ৰ সমন্বয়ক। তেওঁ এগৰাকী আলোকচিত্ৰশিল্পী আৰু বাৰ্ড গাইড, তেওঁ পক্ষী নিৰীক্ষকসকলক তেওঁ থকা অঞ্চলত গাইড কৰে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।