ৰেমডেজিভিয়েৰৰ-বাবে-মই-পাঁচ-দিন-পৰ্য্যন্ত-অপেক্ষা-কৰিছিলো

Beed, Maharashtra

Jan 06, 2022

‘ৰেমডেজিভিয়েৰৰ বাবে মই পাঁচ দিন পৰ্য্যন্ত অপেক্ষা কৰিছিলো’

মহাৰাষ্ট্ৰৰ বীড় জিলাত ৰেমডেজিভিয়েৰৰ নাটনিয়ে কৃষক ৰবি ববডেক তেওঁৰ ক’ভিড আক্ৰান্ত পিতৃ-মাতৃক আন ঠাইলৈ লৈ যাবলৈ বাধ্য কৰাইছিল৷ আন বহুতেই ক’লা বজাৰত এণ্টি ভাইৰেল ঔষধ ক্ৰয় কৰি ইতিমধ্যেই বিপৰ্যস্ত হৈ পৰিছিল

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷