টুমকুৰৰ-নিৰ্বাচনৰ-পিছত-স্বচ্ছ-কামৰ-আশাত

Tumkur, Karnataka

May 22, 2019

টুমকুৰৰ নিৰ্বাচনৰ পিছত স্বচ্ছ কামৰ আশাত

টুমকুৰ জিলাত হাতেকৰা চাফাইকৰ্মীৰ সংখ্যা সমগ্ৰ কৰ্ণাটক ৰাজ্যৰ ভিতৰতে সৰ্বাধিক। তেঁওলোকৰ বেছিভাগৰেই ৰাজনৈতিক নেতাৰ ওপৰত বিশ্বাস নাই যদিও ভাল প্ৰতিনিধি পায় নেকি সেই আশাৰেই তেঁওলোকে ১৮ এপ্ৰিলত ভোট দিব

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Vishaka George

বিশাখা জৰ্জে পাৰিৰ এগৰাকী জ্যেষ্ঠ সম্পাদক হিচাপে কাম কৰিছিল; তেওঁ জীৱিকা তথা পৰিৱেশ সংক্ৰান্ত সমস্যাক লৈ প্ৰতিবেদন যুগুতাইছে। বিশাখাই ২০১৭ৰ পৰা ২০২৫লৈ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম-কাজ চলাইছিল আৰু পাৰিৰ প্ৰতিবেদনসমূহ শ্ৰেণীকোঠালৈ নি শিক্ষাৰ্থীক তেওঁলোকৰ আশে-পাশে থকা সমস্যাসমূহ নথিবদ্ধকৰণৰ বাবে পাৰি এডুকেচন গোটটোৰ লগতো কাম কৰিছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।