wheels-of-rural-indian-west-as

Jūnāgadh, Gujarat

Apr 21, 2025

পশ্চিম ভাৰতৰ এক থলুৱা গাড়ী

আধাখিনি মটৰ চাইকেল, আধাখিনি গৰুগাড়ী - তেনেকৈয়ে জোৰা-ফোন্দা দি নিৰ্মাণ কৰা ছকড়া নামে বাহনখন গ্ৰামীণ সৌৰাষ্ট্ৰৰ পৰিবহনৰ এক অবিচ্ছেদ্য অংগ

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Gurpreet Singh

গুৰপ্ৰীত সিঙে জুনাগড় জিলাৰ মংগ্ৰোল চহৰত আগা খান ৰুৰেল চাপ’ৰ্ট প্ৰগ্ৰামৰ অধীনত বহনক্ষম কৃষি আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ সংক্ৰান্ত প্ৰকল্পৰ কাম কৰে।

Translator

Wahidur Rahman

ওৱাহেদৰ ৰহমান গুৱাহাটীৰ এগৰাকী মুক্ত সাংবাদিক।