kotpad-sarees-a-weave-in-time-as

Koraput, Odisha

Aug 12, 2023

সস্তীয়া বজাৰত বিপন্ন শিপিনীৰ কাপোৰ

ৰাষ্ট্ৰীয় হস্ততাঁত সপ্তাহত আমি আপোনালৈ আগবঢ়াইছো কেনেকৈ ওড়িশাৰ দক্ষ কোটপাড় শিপিনীসকলৰ জীৱিকালৈ সস্তীয়া সামগ্ৰীৰ বজাৰে বিপন্ন কৰি পেলাইছে

Translator

Pankaj Das

Text Editor

Vishaka George

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kavita Carneiro

কবিতা কাৰ্নেৰু পুণেৰ এগৰাকী স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ এটা দশক ধৰি সমাজক প্ৰভাৱিত কৰিবপৰা প্ৰকৃতিৰ চলচ্চিত্ৰ নিৰ্মাণ কৰি আহিছে। ৰাগবিৰ ওপৰত তেওঁৰ এখন ফিচাৰ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ হৈছে জাফাৰ এণ্ড টুৰু। শেহতীয়াকৈ তেওঁ বিশ্বৰ সৰ্ববৃহৎ লিফ্ট ইৰিগেশ্যন প্ৰকল্পৰ ওপৰত কালেশ্বৰম নামে চলচ্চিত্ৰ এখন নিৰ্মাণ কৰিছে।

Text Editor

Vishaka George

বিশাখা জৰ্জে পাৰিৰ এগৰাকী জ্যেষ্ঠ সম্পাদক হিচাপে কাম কৰিছিল; তেওঁ জীৱিকা তথা পৰিৱেশ সংক্ৰান্ত সমস্যাক লৈ প্ৰতিবেদন যুগুতাইছে। বিশাখাই ২০১৭ৰ পৰা ২০২৫লৈ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম-কাজ চলাইছিল আৰু পাৰিৰ প্ৰতিবেদনসমূহ শ্ৰেণীকোঠালৈ নি শিক্ষাৰ্থীক তেওঁলোকৰ আশে-পাশে থকা সমস্যাসমূহ নথিবদ্ধকৰণৰ বাবে পাৰি এডুকেচন গোটটোৰ লগতো কাম কৰিছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।