লাডাখৰ-১১০০০-ফুট-উচ্চতাত-স্বাস্থ্যকৰ্মীৰ-দৃষ্টান্তমূলক-সেৱা

Leh, Jammu and Kashmir

Sep 21, 2021

লাডাখৰ ১১,০০০ ফুট উচ্চতাত স্বাস্থ্যকৰ্মীৰ দৃষ্টান্তমূলক সেৱা

লেহত ক’ভিড-১৯ অতিমাৰীৰ বিৰুদ্ধে স্বাস্থ্যকৰ্মীৰ যুঁজখন অলপ বেলেগ, তেওঁলোকে সমতলৰ পৰা আঁতৰি খুবেই প্ৰতিকূল বতৰ নেওচি স্বাস্থসেৱাৰ সঠিক সুবিধাবিহীন ফোনৰ নেটৱৰ্ক নথকা অঞ্চলটোত অবিৰতভাৱে কাম কৰি গৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ritayan Mukherjee

ঋতায়ন মুখাৰ্জী কলকাতাৰ এগৰাকী আলোকচিত্ৰ শিল্পী আৰু পাৰিৰ জ্যেষ্ঠ ফেলো৷ তেওঁ ভাৰতৰ পশুপালক তথা যাযাবৰী সম্প্ৰদায়ৰ জীৱন কাহিনী নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্পৰ ওপৰত কাম কৰি আছে৷

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।