দিল্লীলৈ-বঞ্চিতসকলৰ-লংমাৰ্চ

Mumbai, Maharashtra

Jun 27, 2018

দিল্লীলৈ বঞ্চিতসকলৰ লংমাৰ্চ

কল্পনা কৰক এক গণাতান্ত্ৰিক প্ৰতিবাদ, য’ত লাখে লাখে খেতিয়ক-শ্ৰমিকৰ দলে ৰাজধানী চহৰলৈ সমদল উলিয়াইছে আৰু গ্ৰামীণ এলেকাত উদ্ভৱ হোৱা সংকটৰ কথা পষেকীয় বিশেষ সংসদীয় অধিবেশনত আলোচনা কৰাৰ বাবে গণপ্ৰতিনিধিক বাধ্য কৰাইছে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।