আমি-চহৰলৈ-উভতি-যাব-নিবিচাৰো

Beed, Maharashtra

Jan 03, 2022

‘আমি চহৰলৈ উভতি যাব নিবিচাৰো’

যোৱাবছৰ হঠাতে লকডাউন আৰম্ভ হোৱাৰ বাবে ঘৰলৈ উভতি আহিবলৈ বাধ্য হোৱা বীড় জিলাৰ প্ৰব্ৰজিত শ্ৰমিকসকল এতিয়াও ক্ষতি আৰু শংকাৰ গৰাহত নিমজ্জিত হৈ আছে। কিছুমানে ছেগা-চোৰেকাকৈ কাম পাইছে আৰু কম মজুৰিতে সন্তুষ্ট হ’বলগীয়া হৈছে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।