বাঘবোৰ-যাব-কলৈ

Wardha, Maharashtra

May 24, 2019

বাঘবোৰ যাব ক’লৈ?

নিৰ্মাণ প্ৰকল্পবোৰৰ ফলত বিদৰ্ভত বাঘৰ বিচৰণস্থলী টুটি আহিছে, কিন্তু বাঘৰ সংখ্যা বাঢ়িছে। সেয়ে হাবিৰ বাঘ চোতালত ওলাইছে, আক্ৰমণৰ ঘটনা বাঢ়িছে, কিন্তু সমাধানৰ বাট ওলোৱা নাই

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।