গুঞ্জিৰ-স্বচ্ছতাত-যেন-কিবা-এটা-কেৰোণ-আছে

Pithoragarh, Uttarakhand

Jan 07, 2019

গুঞ্জিৰ স্বচ্ছতাত যেন কিবা এটা কেৰোণ আছে

উত্তৰাখণ্ডৰ গুঞ্জি গাঁওখনত ১৯৪ টা পৰিয়ালে বাস কৰে যিয়ে এতিয়াও পৰ্বতৰ সেই হাড় কঁপোৱা জাৰত বাহিৰত বৰপানী চুবলৈ যায়, ইফালে আকৌ স্বচ্ছ ভাৰত অভিযানত সেই অঞ্চলটোকে মুকলিৰ শৌচমুক্ত বুলি দাবী কৰা হৈছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Arpita Chakrabarty

ত্তৰাখণ্ডৰ আলমোৰাৰ অৰ্পিতা চক্ৰবৰ্তী এগৰাকী মুক্ত সাংবাদিক।তেঁও টাইমছ অৱ ইণ্ডিয়া, ডাউন টু আৰ্থ আৰু কণ্ট্ৰিবিউটৰিয়াত লিখে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।