young-farmers-educated-unemployed-and-unmarriageable-as

Yavatmal, Maharashtra

May 22, 2024

শিক্ষিত অথচ কৰ্মহীন আৰু বিবাহৰ অযোগ্য হৈ পৰা যুৱ কৃষক

য়াভাতমালত, ক’বলৈ গ’লে সমগ্ৰ মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলত বিবাহৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি হৈছে, দৰাই কইনা বিচাৰি নাপায় আৰু যুৱতীয়ে চৰকাৰী চাকৰি থকা দৰা বিচাৰি দৰিদ্ৰ কৃষক যুৱকসকলৰ ফালে পিঠি দিছে। কৃষি আয় সংকুচিত হোৱাৰ এয়া দেখ দেখ পৰিণাম। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকক্ষণত আয় হ্ৰাস হোৱা আৰু বিয়া-বাৰুৰ ক্ষেত্ৰত অন্ধকাৰ ভৱিষ্যতে সকলোকে চিন্তিত কৰি তুলিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷