whose-shrine-is-it-anyway-as

Osmanabad, Maharashtra

Jul 03, 2023

কোন ফকিৰৰ এই দৰগাহ?

মাৰাঠৱাড়াৰ দৰগাহত সকলো পন্থাৰ অনুগামীয়ে প্ৰাৰ্থনা জনোৱাৰ প্ৰথাই অঞ্চলটোৰ সাংস্কৃতিক সংহতিৰ এক উৎকৃষ্ট নিদৰ্শন, কিন্তু সম্প্ৰীতিৰ এই ভেঁটিতেই এতিয়া ধৰ্মীয় কট্টৰপন্থীয়ে বিভেদৰ বীজ সিঁচিবলৈ চেষ্টা কৰিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Medha Kale

পুণেৰ মেধা কালেয়ে মহিলা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কাম কৰিছে। তেওঁ পাৰিৰ অনুবাদো কৰে।

Editor

Priti David

প্ৰীতি ডেভিদ পাৰিৰ কাৰ্যবাহী সম্পাদক৷ তেওঁ অৰণ্য, আদিবাসী আৰু জীৱিকাৰ ওপৰত লিখে৷ প্ৰীতিয়ে পাৰিৰ শিক্ষা বিভাগৰ নেতৃত্ব দিয়ে আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ সৈতে কাম কৰি গ্ৰাম্য বিষয়সমূহ শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।