স্কুললৈ-মন-কিন্তু-বাগিচা-ৰখোতেই-চাগে-যাব-জীৱন

Tarn Taran, Punjab

Jan 18, 2023

স্কুললৈ মন, কিন্তু বাগিচা ৰখোতেই চাগে যাব জীৱন

পাঞ্জাৱৰ তৰন তাৰন জিলাৰ ফলৰ বাগিচাবোৰত সুৰয বাহাৰদাৰৰ দৰে প্ৰব্ৰজিত শ্ৰমিকে কাম কৰে। ১৫ বছৰীয়া সুৰযে এই বাগিচাত কামনো কেনেকুৱা হ’ব, কি পৰিস্থিতিত কাম কৰিব লাগিব, সেয়া নজনাকৈয়ে বিহাৰৰ পৰা আহি উপস্থিত হৈছিল

Editor

Devesh

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kamaljit Kaur

পাঞ্জাৱৰ কমলজীত কৌৰ এগৰাকী মুক্ত অনুবাদক। পাঞ্জাৱী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী কৌৰে ন্যায় আৰু সমতাৰ বিশ্বত বিশ্বাসী আৰু সেইদিশে কাম কৰি গৈছে।

Editor

Devesh

দেৱেশ এগৰাকী কবি, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদক। তেওঁ পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ হিন্দী ভাষাৰ অনুবাদ সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।